যোগাযোগ ব্যৱস্থা


ভৌগলিক অবস্থান
  ভৌগোলিক স্থানাংক- ২৬৪৮'৩০" উত্তৰ , ৯৪১৮'৫৫" পূৱ
  দেশ- ভাৰত
  ৰাজ্য- অসম
  জিলা- যোৰহাট
  গাওঁ- মেলেং মইনাপৰীয়া
  ডাক- বৰখেলীয়া
  ই-মেইল- moinaporianamghar18@gmail.com
পথ সংযোগ
  স্থলপথ - মইনাপৰীয়া গাৱঁৰ ওচৰতে থকা যোৰহাট মহানগৰৰ পৰা পূৱ দিশে ৩৭ নং ৰাষ্টীয় ঘাইপথেৰে প্ৰায় ১৪ কিলোমিটাৰ আহিলে লাহদৈগড় চাৰিআলি পায় ৷ লাহদৈগড় চাৰিআলিৰ পৰা মাত্ৰ ২ কিলোমিটাৰ দূৰত্বত অৱস্থিত নামঘৰটিলৈ অ'ট ৰিক্সাত আহিলে মাত্ৰ ৫ মিনিট মান সময় লাগে ৷
  বায়ুু পথ- যোৰহাট বিমান বন্দৰৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত ৷
  ৰেলপথ- যোৰহাট ৰেল ষ্টেচনৰ পৰা প্ৰায় ১৮ কিলোমিটাৰ দূৰত্বত অৱস্থিত ৷